প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে কাৰৱাৰত নৱনিৰ্মিত এয়াৰক্ৰাফ্ট কেৰিয়াৰ ঘাটত প্ৰথমবাৰৰ বাবে সফলতাৰে বাৰ্থিং কৰা আইএনএছ বিক্ৰান্তক প্ৰশংসা কৰে

পোষ্ট কৰা হৈছে: 21 MAY 2023 6:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰৱাৰত নৱনিৰ্মিত এয়াৰক্ৰাফ্ট কেৰিয়াৰ ঘাটত প্ৰথমবাৰৰ বাবে আইএনএছ বিক্ৰান্তক সফলতাৰে বাৰ্থিং কৰাৰ প্ৰশংসা কৰে।

ভাৰতীয় নৌসেনাৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:  "এয়া এক উল্লেখনীয় ঘটনা!"

*****


(ৰিলিজ আই ডি : 1926809) অতিথি কক্ষ : 155