প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এণ্ড্ৰু ইউল এণ্ড কোম্পানী লিমিটেডৰ চাহ ৰপ্তানি ৪৩১% বৃদ্ধিক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 12 MAY 2023 8:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ এণ্ড্ৰু ইউল এণ্ড কোম্পানী লিমিটেডক চাহ ৰপ্তানি ৪৩১% বৃদ্ধিৰ বাবে অভিনন্দন জনায়।

কেন্দ্ৰীয় মন্ত্ৰী ডঃ মহেন্দ্ৰ নাথ পাণ্ডেৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

"অলেখ অভিনন্দন! এয়া আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সাধনৰ দিশত এক উল্লেখযোগ্য সাফল্য।"

***


(रिलीज़ आईडी: 1924112) आगंतुक पटल : 139
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam