প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কেৰালাৰ মালাপ্পুৰমত নাও দুৰ্ঘটনা প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 07 MAY 2023 11:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ মালাপ্পুৰমত নাও দুৰ্ঘটনা প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰী সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ একাকালীন সাহাৰ্য ঘোষণা কৰিছে৷

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ টুইটত কয়ঃ

“কেৰালাৰ মালাপ্পুৰমত নাও দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলক লৈ দুঃখিত হৈছো৷ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো৷ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ আত্মীয়ক পিএমএনআৰএফৰ অধীনত ২লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব৷”

***


(रिलीज़ आईडी: 1923165) आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam