পোষ্ট কৰা হৈছে:
07 MAY 2023 11:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ মালাপ্পুৰমত নাও দুৰ্ঘটনা প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰী সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ একাকালীন সাহাৰ্য ঘোষণা কৰিছে৷
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ টুইটত কয়ঃ
“কেৰালাৰ মালাপ্পুৰমত নাও দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলক লৈ দুঃখিত হৈছো৷ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো৷ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ আত্মীয়ক পিএমএনআৰএফৰ অধীনত ২লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব৷”
***