প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আৰাহত পাৱাৰ গ্ৰীড চাবষ্টেচন সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপনে অঞ্চলটোৰ জনসাধাৰণৰ জীৱন-যাপন সহজ কৰি তুলিবঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 09 MAY 2023 9:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিহাৰৰ আৰাহত পাৱাৰ গ্ৰিড উপকেন্দ্ৰৰ সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপনৰ ফলত বিহাৰৰ আৰাহ, ভোজপুৰ, বাক্সাৰ আৰু ৰোহতাকে ধৰি আন বহুতো জিলাৰ লোকৰ জীৱন-যাপন সহজ হৈ পৰিব।

কেন্দ্ৰীয় শক্তি আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী শ্ৰী আৰ কে সিঙে কৰা টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“শক্তি খণ্ডৰ এই সম্প্ৰসাৰণৰ উদ্যোগিক বৃদ্ধি আৰু চাকৰি সৃষ্টিৰ উপৰিও আন বহু সুবিধা আছে। ইয়াৰ সমান্তৰালকৈ বিহাৰৰ আৰা, ভোজপুৰ, বাক্সাৰ, ৰোহতাকে ধৰি আন বহু জিলাৰ জনসাধাৰণৰ জীৱন সহজ কৰি তুলিব।

***


(रिलीज़ आईडी: 1923070) आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam