প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রীয়ে প্ৰসিদ্ধ বেংগলী লেখক শ্ৰী সমৰেশ মজুমদাৰৰ বিয়োগত শোক প্ৰকাশ কৰে

प्रविष्टि तिथि: 08 MAY 2023 11:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ বেংগলী লেখক শ্ৰী সমৰেশ মজুমদাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"সমৰেশ মজুমদাৰ বাংলা সাহিত্যত তেওঁৰ অৱদানৰ বাবে স্মৰণীয় হৈ থাকিব। তেওঁৰ লেখাত পশ্চিমবংগৰ সমাজ আৰু সংস্কৃতিৰ বিভিন্ন দিশ সুন্দৰভাৱে ফুটি উঠিছে। তেওঁৰ পৰিয়ালৰ প্ৰতি থাকিল মোৰ সমবেদনা। ওঁ শান্তি।"

**********


(रिलीज़ आईडी: 1923035) आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam