প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কালাদান মাল্টি-মডেল ট্ৰানজিট পৰিবহণ প্ৰকল্পৰ অধীনত বিকশিত শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰৰ পৰা চিটৱে বন্দৰলৈ জাহাজ যাত্ৰাৰ উদ্বোধনৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 05 MAY 2023 11:38AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালাদান মাল্টি-মডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰকল্পৰ অধীনত বিকশিত শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰৰ পৰা ম্যানমাৰৰ চিটৱে বন্দৰলৈ জাহাজ যাত্ৰাৰ উদ্বোধনৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট যোগে বন্দৰ, জাহাজ আৰু জলপথ ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰৰ এটা টুইট শ্বেয়াৰ কৰি লিখিছে: “ব্যৱসায় আৰু সংযোগৰ বাবে ভাল খবৰ। "

***


(रिलीज़ आईडी: 1922437) आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam