প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফ্ৰান্সৰ বেষ্টিল দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে নিমন্ত্ৰণ কৰাৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 05 MAY 2023 8:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জুলাইত ফ্ৰান্সৰ বেষ্টিল দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

“মোৰ বন্ধু @EmmanuelMacronক ধন্যবাদ জনাইছো৷ মই বেষ্টিল দিৱস আৰু আপোনাৰ লগতে ফৰাচী জনসাধাৰণৰ সৈতে আমাৰ কৌশলগত অংশীদাৰিত্ব উদযাপন কৰিবলৈ আগ্ৰহী৷”

"Merci mon ami @EmmanuelMacron ! Je me réjouis de fêter le 14 juillet et notre partenariat stratégique avec toi et le peuple français."

***


(ৰিলিজ আই ডি : 1922360) অতিথি কক্ষ : 166