প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
05 MAY 2023 10:43AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুদ্ধ পূৰ্ণিমা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
“বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জনাইছো৷ ভগৱান বুদ্ধৰ আদৰ্শই আমাক সকলোকে পোহৰ দেখুওৱাক আৰু শক্তি প্ৰদান কৰক৷”
***
(ৰিলিজ আই ডি : 1922157)
অতিথি কক্ষ : 159
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam