প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

খেল’ ইণ্ডিয়াৰ ৫ বছৰ পূৰ্তিত এই পদক্ষেপে ক্ৰীড়া প্ৰতিভাক উৎসাহিতকৰণত গ্ৰহণ কৰা ভূমিকাৰ শলাগ প্ৰধানমন্ত্ৰীৰ

Posted On: 22 APR 2023 7:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে খেল’ ইণ্ডিয়াৰ ৫ বছৰ পূৰ্তিত এই পদক্ষেপে ক্ৰীড়া প্ৰতিভাক উৎসাহিতকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ শলাগ লৈছে।

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“আমি খেল’ ইণ্ডিয়াৰ ৫ বছৰ পূৰ্তি উদযাপনৰ শুভলগনত এই পদক্ষেপে ক্ৰীড়া প্ৰতিভাক উৎসাহিতকৰণৰ ক্ষেত্ৰত আৰু খেলুৱৈসকলক তেওঁলোকৰ উত্তৰণৰ বাবে এক বিশাল মঞ্চ প্ৰদানত গ্ৰহণ কৰা ভূমিকাৰ শলাগ লৈছোঁ। আমাৰ চৰকাৰে ভাৰতত ক্ৰীড়াৰ অগ্ৰগতিৰ বাবে অনুকূল পৰিবেশ সৃষ্টি কৰি যাব।”

***



(Release ID: 1921832) Visitor Counter : 77