প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লুধিয়ানাত গেছ নিৰ্গমণৰ ফলত হতাহত হোৱা সকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে

এককালীন সাহায্য ঘোষণা

प्रविष्टि तिथि: 01 MAY 2023 12:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লুধিয়ানাত গেছ নিৰ্গমণৰ ফলত সংঘটিত শোকাৱহ ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে মৃত আৰু আহতসকলৰ বাবে অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ‘টুইট’ কৰিছে:

"গেছ নিৰ্গমণৰ ফলত লুধিয়ানাত সংঘটিত দুৰ্ঘটনাটোৰ বাবে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী @narendramodiয়ে। প্ৰধানমন্ত্ৰীয়ে ঘটনাটোত মৃত্যু সৱটিবলগীয়া হোৱা প্ৰতিগৰাকী ব্যক্তিৰ নিকটাত্মীয়ক ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখ টকাকৈ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব।"

 

***


(रिलीज़ आईडी: 1921327) आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam