প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপ’ৰ খিতাপ জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ যুটি হোৱাৰ বাবে সাত্বিক সাইৰাজ ৰাংকিৰেড্ডী আৰু চিৰাগ শেট্টীক অভিনন্দন জনালে প্ৰৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 30 APR 2023 8:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপ’ৰ খিতাপ অৰ্জন কৰা প্ৰথম ভাৰতীয় পুৰুষ যুটি সাত্বিক সাইৰাজ ৰাঙ্কিৰেড্ডী আৰু চিৰাগ শেট্টীক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

"বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপ’ৰ খিতাপ জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ যুটি হিচাপে ইতিহাস ৰচনা কৰাৰ বাবে @satwiksairaj আৰু @Shettychirag04 বাবে গৌৰৱান্বিত হৈছো। তেওঁলোকক অভিনন্দন জনাইছো আৰু ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁলোকক শুভকামনা জনাইছো।"

 

***


(रिलीज़ आईडी: 1921325) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam