প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহিলা সন্মান ছেভিং চাৰ্টিফিকেটৰ বাবে মহিলাসকলক নামভৰ্তি কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
29 APR 2023 8:56AM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে মহিলা সন্মান ছেভিং চাৰ্টিফিকেট (MSSC)ৰ বাবে মহিলাসকলক নামভৰ্তি কৰিবলৈ আহ্বান জনাইছে।
কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীয়ে এমএছএছচিৰ জৰিয়তে আৰ্থিক অন্তৰ্ভুক্তি বৃদ্ধি আৰু মহিলাসকলক অধিক লাভ প্ৰদান সন্দৰ্ভত কৰা এটা টুইট ৰিটুইটেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“মই লগতে গৰিষ্ঠসংখ্যক মহিলাক এমএছএছচিত নামভৰ্তি কৰিবলৈ আহ্বান জনাইছো। আমাৰ নাৰী শক্তিৰ বাবে ই বহু সুবিধা প্ৰশস্ত কৰিছে।”
*****
(रिलीज़ आईडी: 1921285)
आगंतुक पटल : 192
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
Marathi
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam