প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উচ্চ মানদণ্ডৰ আৰু সুলভ স্বাস্থ্যসেৱাই এক স্বাস্থ্যকৰ ভাৰত গঢ়ি তোলাত অৰিহণা যোগাইছে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 26 APR 2023 9:30AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীৰ এটা টুইট শ্বেয়াৰ কৰে, য'ত তেওঁ সুলভ স্বাস্থ্যসেৱা প্ৰদানৰ বাবে চৰকাৰৰ পদক্ষেপৰ প্ৰভাৱৰ বিষয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে টুইটত লিখিছে - "উচ্চ, মানদণ্ডৰ আৰু সুলভ স্বাস্থ্যসেৱা প্ৰদানৰ বাবে আমি কৰি অহা অহৰহ প্ৰচেষ্টাই কেনেদৰে এক স্বাস্থ্যকৰ ভাৰত গঢ়ি তোলাত অৰিহণা যোগাইছে আৰু বহুতক সহায় কৰিছে, তাৰ এয়া আন এক উদাহৰণ। "

***


(रिलीज़ आईडी: 1920401) आगंतुक पटल : 139
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam