প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পঞ্চায়ত আৰু স্থানীয় সংস্থাসমূহৰ সৱলীকৰণৰ ওপৰত এলানি টুইট শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
24 APR 2023 11:57AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্চায়ত আৰু স্থানীয় সংস্থাসমূহৰ সৱলীকৰণ সন্দৰ্ভত মাইগভৰ এলানি টুইট শ্বেয়াৰ কৰিছে।
টুইটলানি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে - "আমি পঞ্চায়ত আৰু স্থানীয় সংস্থাসমূহক কেনেদৰে শক্তিশালী কৰি আছো সেই বিষয়ে তথ্য সম্বলিত এটা এলানি টুইট।"
***
(ৰিলিজ আই ডি : 1920395)
অতিথি কক্ষ : 148
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam