প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰথমখন বন্দে ভাৰত ৰে’লক আদৰণি জনোৱাৰ বাবে ত্ৰিশূৰৰ জনসাধাৰণক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 26 APR 2023 1:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ প্ৰথমখন বন্দে ভাৰত ৰে’লক পৰম্পৰাগতভাৱে  আদৰণি জনোৱাৰ বাবে ত্ৰিশূৰবাসীক প্ৰশংসা কৰে।

ৰে’ল মন্ত্ৰালয়ৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে,

"চমকপ্ৰদ ত্ৰিশূৰ!"

"অনবদ্য ত্ৰিশূৰ!"

***



(Release ID: 1919932) Visitor Counter : 108