প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ব্ৰহ্মপুত্ৰৰ নদীৰ তলেৰে এইচডিডি পদ্ধতিৰে ২৪ ইঞ্চি ব্যাসাৰ্ধৰ প্ৰাকৃতিক গেছ পাইপলাইন নিৰ্মাণ কৰি বৃহৎ মাইলৰ খুঁটি স্থাপন কৰাৰ বাবে নৰ্থইষ্ট গেছ গ্ৰিডৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 26 APR 2023 1:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ নদীৰ তলেৰে এইচডিডি পদ্ধতিৰে ২৪ ইঞ্চি ব্যাসাৰ্ধৰ প্ৰাকৃতিক গেছ পাইপলাইন নিৰ্মাণ কৰি বৃহৎ মাইলৰ খুঁটি স্থাপন কৰাৰ বাবে নৰ্থইষ্ট গেছ গ্ৰিডৰ প্ৰশংসা কৰিছে৷

নদী অতিক্ৰমি এছিয়াৰ দীৰ্ঘতম আৰু বিশ্বৰ দ্বিতীয় দীৰ্ঘতম হাইড্ৰকাৰ্বন কাৰ্বন পাইপলাইনেৰে অভিলেখ ৰচনা কৰা বুলি পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কৰা এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;

“আদৰ্শ!”

***


(रिलीज़ आईडी: 1919928) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam