প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে জল সংৰক্ষণৰ দিশত কুৰুক্ষেত্ৰ হাৰিয়ানাৰ বান ভিলেজৰ বাসিন্দা অংকুৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে
प्रविष्टि तिथि:
24 APR 2023 10:54AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জল সংৰক্ষণৰ দিশত কুৰুক্ষেত্ৰ হাৰিয়ানাৰ বান ভিলেজৰ বাসিন্দা অংকুৰৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে।
কুৰুক্ষেত্ৰৰ সাংসদ শ্ৰী নয়াব চাইনীৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"মহান পদক্ষেপ! পানী সংৰক্ষণৰ দিশত কুৰুক্ষেত্ৰৰ আমাৰ অংকুৰজীৰ এই প্ৰচেষ্টা সকলোৰে বাবে এক উদাহৰণস্বৰূপ। "
***
(रिलीज़ आईडी: 1919636)
आगंतुक पटल : 134
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam