প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে প্ৰতিভাশালী শালমলীৰ ভিডিঅ’ শ্বেয়াৰ কৰে
পোষ্ট কৰা হৈছে:
25 APR 2023 9:19AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কণমানি শালমলীৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে আৰু তেওঁৰ সংগীত প্ৰতিভাৰ প্ৰশংসা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"এই ভিডিঅ'ই প্ৰত্যেকৰ মুখলৈ হাঁহি আনিব পাৰে। অসাধাৰণ প্ৰতিভা আৰু সৃষ্টিশীলতা। শালমলীক শুভকামনা!"
**********
(ৰিলিজ আই ডি : 1919477)
অতিথি কক্ষ : 129
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam