প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ‘মন কী বাত’ প্ৰদৰ্শনীৰ প্ৰশংসা কৰে

Posted On: 24 APR 2023 11:47AM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে 'মন কী বাত'ৰ প্ৰধান পদক্ষেপসমূহ দেখুওৱা সৃষ্টিশীল প্ৰদৰ্শনীৰ প্ৰশংসা কৰে।

ভদোদৰাৰ সংসদ সদস্য শ্ৰীমতী ৰঞ্জন ভট্টৰ এটা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"সৃষ্টিশীল প্ৰয়াস!"

**********


(Release ID: 1919466)