প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰাখণ্ডত উন্নয়নৰ মাপকাঠিৰ আধাৰত শীৰ্ষ প্ৰদৰ্শনৰ বাবে তেহৰিলৈ অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 22 APR 2023 9:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যিক উন্নয়নৰ মাপকাঠিৰ তালিকাত শীৰ্ষ স্থান লাভ কৰাৰ বাবে তেহৰিৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে সাংসদ শ্ৰীমতী মালা ৰাজ্যলক্ষ্মী শ্বাহৰ এটা টুইট শ্বেয়াৰ কৰে। শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ টুইটত কয়:

"এই গৌৰৱান্বিত সাফল্যৰ বাবে তেহৰিৰ মোৰ সকলো ভাই-ভনীক বহুত অভিনন্দন! এয়া বিকাশৰ প্ৰতি আপোনাৰ আবেগ আৰু কঠোৰ পৰিশ্ৰমৰ ফলাফল। "

***


(रिलीज़ आईडी: 1919441) आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada