প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘স্বচ্ছ ভাৰত অভিযান’ত ‘মন কী বাত’ৰ ভূমিকা সম্পৰ্কীয় এটা প্ৰবন্ধ ‘শ্বেয়াৰ’ কৰিছে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
22 APR 2023 7:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সুলভ আন্তঃৰাষ্ট্ৰীয় সমাজ সেৱা সংস্থা’ৰ প্ৰতিষ্ঠাপক বিন্দেশ্বৰ পাঠকৰ এটা প্ৰবন্ধ ‘শ্বেয়াৰ’ কৰি ‘স্বচ্ছ ভাৰত অভিযান’ক জন আন্দোলন হিচাপে গঢ়ি তোলাত ‘মন কী বাত’-য়ে কেনেদৰে সহায় কৰিছিল সেই কথা স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে;
"#MannKiBaat: স্বচ্ছ ভাৰত অভিযানৰ সংকল্প বাহক"
***
(ৰিলিজ আই ডি : 1919436)
অতিথি কক্ষ : 151
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam