প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে টুটিকৰিণ বন্দৰত বৃক্ষৰোপন কাৰ্যক্ৰমৰ প্ৰশংসা কৰে

प्रविष्टि तिथि: 23 APR 2023 10:18AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুটিকৰিণ বন্দৰত বৃক্ষৰোপন কাৰ্যক্ৰমৰ প্ৰশংসা কৰে। ২০২২ চনত, টুটিকৰিণ বন্দৰত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে ১০ হাজাৰ গছপুলি ৰুইছিল, যিবোৰ এতিয়া বৃক্ষত পৰিণত হৈছে আৰু অনাগত প্ৰজন্মৰ বাবে লাভজনক হিচাপে পৰিগণিত হ'ব।

পিএছডব্লিউ মন্ত্ৰালয়ৰ টুইটৰ উত্তৰত, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"পৰিৱেশ সুৰক্ষাৰ দিশত এই সৎ আৰু দূৰদৰ্শী প্ৰয়াসৰ বাবে @vocpa_tuticorinক বহুত বহুত অভিনন্দন।"

**********


(रिलीज़ आईडी: 1918933) आगंतुक पटल : 179
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam