প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চিতা নামকৰণ প্ৰতিযোগিতাৰ বিজয়ীসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 21 APR 2023 10:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে চিতা নামকৰণ প্ৰতিযোগিতাৰ বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰিছে।

কেন্দ্ৰীয় পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ এটা টুইট ৰিটুইট কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “বিজয়ীসকলক অভিনন্দন আৰু আশা কৰিছো যে চিতাকেইটা সুখী হোৱাৰ লগতে সুস্থ হৈ থাকিব।”

***


(Release ID: 1918926)