প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হায়দৰাবাদ আৰু চেকেন্দ্ৰাবদত ৯০ কিলোমিটাৰ পৰ্যন্ত ‘এমএমটিএছ ৰে’ল নেটৱৰ্ক’ৰ সম্প্ৰসাৰণক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 APR 2023 10:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হায়দৰাবাদ আৰু চেকেন্দ্ৰাবাদত ৯০ কিলোমিটাৰ পৰ্যন্ত ‘এমএমটিএছ ৰে'ল নেটৱৰ্ক’ৰ সম্প্ৰসাৰণৰ প্ৰশংসা কৰে।

দক্ষিণ মধ্য ৰে'লৱেৰ এটা ‘টুইট’ ‘শ্বেয়াৰ’ কৰি প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;

"ইয়াৰ ফলত হায়দৰাবাদ, চেকেন্দ্ৰাবাদ আৰু ওচৰ-পাজৰৰ অঞ্চলসমূহৰ লোকসকল উপকৃত হ'ব।"

***


(रिलीज़ आईडी: 1918663) आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam