প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এপলৰ চিইঅ’ টিম কুকক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 19 APR 2023 7:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এপলৰ চিইঅ’ টিম কুকক সাক্ষাৎ কৰে।এপলৰ চিইঅ’ টিম কুকৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"আপোনাক লগ পাই অতিশয় আনন্দিত হৈছো @tim_cook! বিভিন্ন বিষয়ৰ ওপৰত মতামত বিনিময় কৰি আৰু ভাৰতত চলি থকা প্ৰযুক্তিচালিত পৰিৱৰ্তনসমূহক উজ্জ্বল কৰি তুলিবলৈ পাই মই আনন্দিত হৈছো।"

***


(रिलीज़ आईडी: 1918348) आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Marathi , English , Urdu , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam