প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে আঞ্চলিক ভাষাত ভৰ্তি পৰীক্ষাৰ সঞ্চালনৰ প্ৰশংসা কৰে

प्रविष्टि तिथि: 19 APR 2023 2:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩টা আঞ্চলিক ভাষাত চৰকাৰী চাকৰিৰ বাবে কৰ্মচাৰী বাছনি আয়োগ মাল্টি টাস্কিং ষ্টাফ (এছএছচি এমটিএছ) পৰীক্ষা আৰু চিএইচএছএলই পৰীক্ষা আয়োজন কৰাৰ পদক্ষেপৰ প্ৰশংসা কৰিছে।

শ্ৰী মোদীয়ে এটা টুইটত কৈছে:

"আঞ্চলিক ভাষাৰ দিশত আমাৰ জোৰ আৰু আমাৰ যুৱক-যুৱতীক তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ এক ব্যাপক কেনভাচ দিয়াটো পূৰ্ণোদ্যমে অব্যাহত আছে।"

**********


(रिलीज़ आईडी: 1917939) आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam