প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বসুধৈৱ কুটুম্বকম বিষয়ক লৈ কেন্দ্ৰীয় মন্ত্ৰী ডঃ মহেন্দ্ৰ নাথ পাণ্ডেই লেখা প্ৰবন্ধ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 18 APR 2023 5:54PM by PIB Guwahati

কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী ডঃ মহেন্দ্ৰ নাথ পাণ্ডেৰ বসুধৈৱ কুটুম্বকমৰ দৰ্শনৰ ওপৰত লিখা প্ৰবন্ধটো শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী ডঃ মহেন্দ্ৰ নাথ পাণ্ডেৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰে;

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @DrMNPandeyMPই লিখিছে যে ভাৰত সদায় 'বসুধৈৱ কুটুম্বকম' আৰু বিশ্ব ভাতৃত্ববোধৰ পথপ্ৰদৰ্শক হৈ আহিছে।"

*************************


(रिलीज़ आईडी: 1917817) आगंतुक पटल : 159
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Telugu , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam