প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ এজন দোকানীৰ দ্বাৰা শ্ৰী অন্নৰ উপকাৰিতাৰ ওপৰত আলোকপাত কৰাৰ ভিডিঅ’ শ্বেয়াৰ কৰে
प्रविष्टि तिथि:
17 APR 2023 10:08AM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ এজন দোকানীৰ দ্বাৰা শ্ৰী অন্নৰ উপকাৰিতাৰ ওপৰত আলোকপাত কৰাৰ ভিডিঅ' শ্বেয়াৰ কৰিছে।
উক্ত দোকানীৰ বিষয়ে কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীৰ এটা টুইট ৰীটুইট কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
"তেওঁ সঠিক ৰূপত শ্ৰী অন্নৰ উপকাৰিতাৰ দিশত মনোযোগ দিছে।"
**********
(रिलीज़ आईडी: 1917537)
आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam