প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কলকাতাৰ হুগলী নদীৰ তলত মেট্ৰ’ৰ পৰীক্ষণমূলক চালনাত সন্তোষ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 APR 2023 9:37AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ হুগলী নদীৰ তলত মেট্ৰ’ৰ পৰীক্ষণমূলক চালনাত সন্তোষ প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“এয়া কলকাতাৰ বাবে ভাল খবৰ আৰু ভাৰতৰ ৰাজহুৱা পৰিবহণ খণ্ডলৈ উৎসাহৰ বতৰা।”

***


(रिलीज़ आईडी: 1917015) आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam