প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ সম্বন্ধীয় বিৱৰণ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 14 APR 2023 8:44AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৯ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ সম্বন্ধীয় বিৱৰণৰ এক টুইট আজি শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰেঃ

"উত্তৰ-পূৰ্বাঞ্চলত হোৱা পৰিৱৰ্তন সম্বন্ধীয় এক আকৰ্ষণীয় বিৱৰণ, যিয়ে এই অঞ্চলটোক ইয়াৰ সম্পূৰ্ণ সম্ভাৱনা উপলব্ধি কৰাত সহায় কৰিছে।"

*************************


(ৰিলিজ আই ডি : 1916708) অতিথি কক্ষ : 139