প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ জনসাধাৰণে তেওঁলোকৰ প্ৰতিভা আৰু উদ্যমিতাৰ মনোভাৱ প্ৰদৰ্শন কৰিছে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 14 APR 2023 9:27AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ জনসাধাৰণে তেওঁলোকৰ প্ৰতিভা আৰু উদ্যমিতাৰ মনোভাৱ প্ৰদৰ্শন কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ টুইটৰ সঁহাৰি দিয়ে য'ত মন্ত্ৰীগৰাকীয়ে জনাইছিল যে ভাৰতে ২০২২-২৩ বৰ্ষৰ বাবে ৭৭০ বিলিয়ন ডলাৰত নতুন ৰপ্তানি অভিলেখ অৰ্জন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"ভাৰতৰ জনসাধাৰণে তেওঁলোকৰ প্ৰতিভা আৰু উদ্যমিতাৰ মনোভাৱ প্ৰদৰ্শন কৰি আছে। বিশ্বই আশাবাদ আৰু উৎসাহেৰে ভাৰতৰ ফালে চাই আছে।"

***


(रिलीज़ आईडी: 1916614) आगंतुक पटल : 148
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam