প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ব’হাগ বিহু উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
14 APR 2023 10:19AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব’হাগ বিহু উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ জানিবলৈ দিয়ে যে এইবেলি ব’হাগ বিহুত তেওঁ ৰাজ্যখনৰ অসাধাৰণ জনতাৰ সৈতে এই অনুষ্ঠান উদযাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"সুন্দৰ বহাগ বিহু এটাৰ কামনা কৰিছো!"
*****
(रिलीज़ आईडी: 1916581)
आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam