প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আজিৰ দিনটোত জালিয়ানৱালাবাগত শ্বহীদ হোৱাসকলৰ ত্যাগৰ গাথাক স্মৰণ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 13 APR 2023 9:42AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোত জালিয়ানৱালাবাগত শ্বহীদ হোৱাসকলৰ ত্যাগৰ গাথাক স্মৰণ কৰিছে।

এটা টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মই আজিৰ দিনটোতে জালিয়ানৱালাবাগত শ্বহীদ হোৱাসকলৰ ত্যাগৰ গাথাক স্মৰণ কৰিছো। তেওঁলোকৰ সৰ্বস্ব ত্যাগে আমাক আমাৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ সপোনৰাজি পৰিপূৰণ আৰু এখনি শক্তিশালী তথা বিকশিত ভাৰত নিৰ্মাণৰ অৰ্থে অধিক কষ্টেৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে।"

***


(रिलीज़ आईडी: 1916131) आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam