প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গ্ৰীষ্মকালৰ সময়ছোৱাত যাত্ৰীসকলৰ সুচল ভ্ৰমণ নিশ্চিতকৰণৰ বাবে ২১৭ বিশেষ ট্ৰেইনৰ সংযোজনত প্ৰধানমন্ত্ৰীৰ সন্তোষ
प्रविष्टि तिथि:
12 APR 2023 5:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰীষ্মকালৰ সময়ছোৱাত যাত্ৰীসকলৰ সুচল ভ্ৰমণ নিশ্চিতকৰণৰ বাবে ২১৭ বিশেষ ট্ৰেইনৰ সংযোজনত সন্তোষ প্ৰকাশ কৰে।
প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
“এই সংযোজনে সমগ্ৰ গ্ৰীষ্মকালছোৱাত আৰাম আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব।”
*****
DS/TS/SB
(रिलीज़ आईडी: 1916129)
आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam