প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু টেগ বাহাদুৰজীৰ প্ৰকাশ পূৰব উপলক্ষে সেৱা জনাইছে

प्रविष्टि तिथि: 11 APR 2023 2:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু টেগ বাহাদুৰজীক তেওঁৰ প্ৰকাশ পূৰব উপলক্ষে সেৱা জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:

"মই শ্ৰী গুৰু টেগ বাহাদুৰজীক তেওঁৰ প্ৰকাশ পূৰবত প্ৰণাম জনাইছো। সত্যৰ মূল্যবোধৰ লগতে ন্যায়ৰ প্ৰতি তেওঁৰ অতুলনীয় সাহস আৰু প্ৰতিশ্ৰুতি অতি অনুপ্ৰেৰণাদায়ক। লালকিল্লাত তেওঁৰ ৪০০তম প্ৰকাশ পূৰব উপলক্ষে অনুষ্ঠানটোত যোৱা বছৰৰ পৰা মোৰ ভাষণৰ অংশ ভাগ-বতৰা কৰিছোঁ।"

***


(रिलीज़ आईडी: 1916115) आगंतुक पटल : 129
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu