প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছেকেন্দ্ৰাবাদ আৰু তিৰুপতিৰ মাজত চলি থকা বন্দে ভাৰত এক্সপ্ৰেছে আধ্যাত্মিক পৰ্যটনক বিশেষভাৱে লাভান্বিত কৰিব আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰিব: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
07 APR 2023 11:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বন্দে ভাৰত এক্সপ্ৰেছ গৌৰৱ, আৰাম আৰু সংযোগৰ এক অনবদ্য সমাৰ্থক।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেকেন্দ্ৰাবাদ আৰু তিৰুপতিৰ মাজত চলি থকা বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰা সন্দৰ্ভত কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে কৰা এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"বন্দে ভাৰত এক্সপ্ৰেছ হৈছে গৌৰৱ, আৰাম আৰু সংযোগৰ এক অনবদ্য সমাৰ্থক। ছেকেন্দ্ৰাবাদ আৰু তিৰুপতিৰ মাজত চলিবলগীয়া এই ৰে'লখনে পৰ্যটন, বিশেষকৈ আধ্যাত্মিক পৰ্যটনক লাভান্বিত কৰিব। ই অৰ্থনৈতিক বিকাশো বৃদ্ধি কৰিব।"
***
DS/TS
(ৰিলিজ আই ডি : 1915029)
অতিথি কক্ষ : 155
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam