প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমাৰ চৰকাৰে মাছমৰীয়াসকলৰ জীৱন-যাত্ৰাত ইতিবাচক পৰিৱৰ্তন সাধনাৰ্থে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
06 APR 2023 10:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, আমাৰ চৰকাৰে আমাৰ মাছমৰীয়াসকলৰ জীৱন-যাত্ৰাত ইতিবাচক পৰিৱৰ্তন সাধনাৰ্থে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছে। চৰকাৰে সহজ ঋণ লাভ নিশ্চিতকৰণ, শেহতীয়া প্ৰযুক্তি উপলব্ধকৰণ, আন্তঃগাঁথনি উন্নীতকৰণ আৰু একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে।
কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ দপ্তৰৰ কেবিনেট মন্ত্ৰীৰ এটা টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"ভাল কথা। আমাৰ চৰকাৰে আমাৰ মাছমৰীয়াসকলৰ জীৱন-যাত্ৰাত ইতিবাচক পৰিৱৰ্তন সাধনাৰ্থে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছে। চৰকাৰে সহজ ঋণ লাভ নিশ্চিতকৰণ, শেহতীয়া প্ৰযুক্তি উপলব্ধকৰণ, আন্তঃগাঁথনি উন্নীতকৰণ আৰু একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে।"
*****
DS/SH/SB
(रिलीज़ आईडी: 1915027)
आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam