প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্বচ্ছ ভাৰত মিছনে আমাৰ দৰিদ্ৰ মাতৃ আৰু ভগ্নীসকলৰ জীৱন শক্তিশালী কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
06 APR 2023 11:28AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে স্বচ্ছ ভাৰত মিছনে আমাৰ দৰিদ্ৰ মাতৃ-ভগ্নীসকলৰ জীৱন শক্তিশালী কৰি তোলাটো সমগ্ৰ দেশৰ বাবে আনন্দৰ বিষয়।
শ্ৰী মোদীয়ে দৰিদ্ৰ মাতৃ আৰু ভগ্নীসকলৰ বাবে শৌচালয়ৰ গুৰুত্ব প্ৰদৰ্শন কৰা এটা সৃষ্টিশীল ভিডিঅ' ক্লিপো শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
‘স্বচ্ছ ভাৰত মিছনে আমাৰ দৰিদ্ৰ মাতৃ-ভগ্নীসকলৰ জীৱন শক্তিশালী কৰি তোলাটো সমগ্ৰ দেশৰ বাবে আনন্দৰ বিষয়।’
*************************
DS/ST/KG
(रिलीज़ आईडी: 1914531)
आगंतुक पटल : 131
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam