প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মাধৱপুৰ মেলাত প্ৰদৰ্শিত গুজৰাট আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত একতাৰ কথা ক’লে প্ৰধানমন্ত্ৰীয়ে

Posted On: 05 APR 2023 11:15AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাধৱপুৰ মেলাক কৃতিত্ব প্ৰদান কৰি গুজৰাট আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত হোৱা মহান সাংস্কৃতিক সমন্বয়ৰ কথা উল্লেখ কৰে।

মাধৱপুৰ মেলা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই কৰা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয় - "গুজৰাট আৰু উত্তৰ-পূৱৰ মাজত আছে এক মহান সাংস্কৃতিক একতা, আৰু ইয়াৰ কৃতিত্ব লাভ কৰে মাধৱপুৰ মেলাই।"

****

DS/ST



(Release ID: 1914401) Visitor Counter : 103