প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইন্দোৰত সংঘটিত দুৰ্ঘটনাত পতিতসকললৈ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
30 MAR 2023 7:21PM by PIB Guwahati
ইন্দোৰত সংঘটিত দুৰ্ঘটনাত হতাহতসকলৰ বাবে ‘প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি’ (পিএমএনআৰএফ)ৰ পৰা এককালীন সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৰা ‘টুইট’-ত কোৱা হৈছে;
"আজি ইন্দোৰত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাটোত নিহত প্ৰতিগৰাকী ব্যক্তিৰ নিকটাত্মীয়ক ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখ টকাৰ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব: প্ৰধানমন্ত্ৰী @narendramodi
***
DS/SH/KB
(रिलीज़ आईडी: 1912481)
आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam