প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুজৰাটৰ জ্যেষ্ঠ মহিলা নাগৰিকৰ ক্ৰীড়া কাৰ্যকলাপৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 26 MAR 2023 10:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ জ্যেষ্ঠ মহিলা নাগৰিকসকলৰ বাবে বিশেষভাৱে আয়োজিত ক্ৰীড়া কাৰ্যকলাপৰ অনন্য পদক্ষেপক প্ৰশংসা কৰে।

গুজৰাট চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰ্ষ সংঘৱীয়ে গুজৰাটৰ জ্যেষ্ঠ মহিলা নাগৰিকসকলৰ বাবে এই অনন্য পদক্ষেপসন্দৰ্ভত কৰা টুইটথ্ৰেডৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"প্ৰশংসনীয়"

*****

DS/ST


(रिलीज़ आईडी: 1912202) आगंतुक पटल : 179
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam