প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৮৪সংখ্যক চিআৰপিএফ দিৱসৰ পেৰেডৰ বাবে চিআৰপিএফৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 26 MAR 2023 10:24AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চত্তীশগড়ৰ জগডালপুৰস্থিত চিআৰপিএফ শিৱিৰত ৮৪সংখ্যক চিআৰপিএফ দিৱসৰ আকৰ্ষণীয় আৰু শক্তিশালী পেৰেডৰ বাবে চিআৰপিএফৰ প্ৰশংসা কৰে৷

চত্তীশগড়ৰ বাস্তাৰত প্ৰথমবাৰলৈ চিআৰপিএফ দিৱসৰ পেৰেড অনুষ্ঠিত হয়৷

চিআৰপিএফৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

@crpfindiaৰ আকৰ্ষণীয় প্ৰদৰ্শন৷ এই বিশিষ্ট বাহিনীটোৰ প্ৰশংসা কৰিছো৷

****

DS/ST/DB



(Release ID: 1911091) Visitor Counter : 92