পোষ্ট কৰা হৈছে:
26 MAR 2023 10:24AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চত্তীশগড়ৰ জগডালপুৰস্থিত চিআৰপিএফ শিৱিৰত ৮৪সংখ্যক চিআৰপিএফ দিৱসৰ আকৰ্ষণীয় আৰু শক্তিশালী পেৰেডৰ বাবে চিআৰপিএফৰ প্ৰশংসা কৰে৷
চত্তীশগড়ৰ বাস্তাৰত প্ৰথমবাৰলৈ চিআৰপিএফ দিৱসৰ পেৰেড অনুষ্ঠিত হয়৷
চিআৰপিএফৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;
“@crpfindiaৰ আকৰ্ষণীয় প্ৰদৰ্শন৷ এই বিশিষ্ট বাহিনীটোৰ প্ৰশংসা কৰিছো৷”
****
DS/ST/DB