প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পিএম মৎস্য সম্পদ যোজনা প্ৰয়োগ কৰা বাবে পিএমে সিৰসাৰ কৃষকসকলক প্ৰশংসা কৰে

Posted On: 19 MAR 2023 8:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএম মৎস্য সম্পদ যোজনাৰ মুনাফাৰাজি প্ৰদৰ্শন কৰা বাবে সিৰসাৰ কৃষকসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰচেষ্টা হৈছে মহিলা সবলীকৰণৰ এটা প্ৰতীক।

স্থানীয় কৃষকসকলে পিএমএমএছৱাই গ্ৰহণ কৰা সন্দৰ্ভত সিৰসাৰ সাংসদ শ্ৰীমতী সুনীতা দুগ্গলৰ টুইট থ্ৰেডৰ উত্তৰ দিছিল প্ৰধানমন্ত্ৰীয়ে ।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"সিৰসাত আমাৰ কৃষক ভাতৃ-ভগ্নীৰ এই প্ৰয়াস য'ত পিএম মৎস্য সম্পদ যোজনাৰ মুনাফাৰাজি সন্মুখলৈ আনিছে, একেদৰেই ই মহিলা সবলীকৰণৰো এটা প্ৰতীক।"

**********

DS



(Release ID: 1908810) Visitor Counter : 83