প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছিকন্দৰাবাদৰ স্বপ্নালোক কমপ্লেক্সত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 17 MAR 2023 8:07PM by PIB Guwahati

ছিকন্দৰাবাদৰ স্বপ্নালোক কমপ্লেক্সত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰিছেঃ

"ছিকন্দৰাবাদৰ স্বপ্নালোক কমপ্লেক্সত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰাণহানি হোৱা ঘটনাত ব্যথিত হৈছোঁ। শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আঘাতপ্ৰাপ্তসকলৰ শীঘ্ৰে আৰোগ্য কামনা কৰিছোঁ।"

*************************

DS/TS/KG


(रिलीज़ आईडी: 1908803) आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam