প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মটুৱা মহা মেলা চাবলৈ জনসাধাৰণক আহ্বান প্ৰধানমন্ত্ৰীৰ

Posted On: 17 MAR 2023 9:35AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক ব্যাপক হাৰত মটুৱা মহা মেলা চাবলৈ আহ্বান জনোৱাৰ লগতে দয়া আৰু সেৱা পথ দেখুওৱাৰ বাবে শ্ৰী শ্ৰী হৰিচন্দ্ৰ ঠাকুৰ জীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

#MatuaMahaMela2023 এক অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান, যিটোৱে মটুৱা সম্প্ৰদায়ৰ স্পন্দনশীল সংস্কৃতিক প্ৰদৰ্শিত কৰে৷ মই জনসাধাৰণক ব্যাপক হাৰত এই মেলা চাবলৈ আহ্বান জনাইছো৷ শ্ৰী শ্ৰী হৰিচন্দ্ৰ ঠাকুৰ জীয়ে দেখুওৱা দয়া আৰু সেৱা পথৰ বাবে মানৱজাতি সদায় ঋণী হৈ থাকিব৷

***

DS/AK/DB



(Release ID: 1907877) Visitor Counter : 105