প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আয়ুষ্মান যোজনা আমাৰ দুখীয়া নাগৰিকসকলৰ বাবে জীৱন ৰক্ষক: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
15 MAR 2023 8:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনাৰ প্ৰভাৱ আৰু সুলভ তথা সস্তা স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ অন্য উপায়সমূহৰ বিষয়ে সাংসদ শ্ৰী শংকৰ লালৱাণীৰ এটা টুইটৰ উত্তৰ দি, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰে:
"আয়ুষ্মান যোজনাই কেনেকৈ আমাৰ দুখীয়া ভাই-ভনীৰ জীৱন ৰক্ষা কৰি আছে, এয়া তাৰ এটা প্ৰত্যক্ষ উদাহৰণ।"
**********
DS/SK
(ৰিলিজ আই ডি : 1907781)
অতিথি কক্ষ : 146
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam