প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত প্ৰতিষ্ঠা দিৱসৰ পেৰেড আয়োজন কৰাৰ বাবে চিআইএছএফক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 13 MAR 2023 10:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত প্ৰতিষ্ঠা দিৱসৰ পেৰেড আয়োজন কৰাৰ বাবে চিআইএছএফক প্ৰশংসা কৰিছে।

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; ‘প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত ৰেইজিং ডে পেৰেড আয়োজন কৰাৰ বাবে চিআইএছএফৰ শলাগ লৈছো। এনে সিদ্ধান্তই সহযোগিতামূলক প্ৰশাসনৰ মনোভাৱ বৃদ্ধি কৰে।”

 

I laud the @CISFHQrs for organising their Raising Day parade outside Delhi for the first time. Such decisions increase the spirit of participative governance. https://t.co/JsTteauOQJ

— Narendra Modi (@narendramodi) March 13, 2023

 

***

DS/TS/MS



(Release ID: 1907099) Visitor Counter : 97