প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাত্ কৰিলে লাডাখৰ উপ ৰাজ্যপাল ব্ৰিগেডিয়াৰ (অৱসৰ প্ৰাপ্ত) বি ডি মিশ্ৰই
प्रविष्टि तिथि:
13 MAR 2023 6:13PM by PIB Guwahati
লাডাখৰ উপ-ৰাজ্যপাল ব্ৰিগেডিয়াৰ বি.ডি. মিশ্ৰ (অৱসৰপ্ৰাপ্ত)ই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এই সন্দৰ্ভত কৰা ‘টুইট’ত কয়;
"লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ ব্ৰিগেডিয়াৰ বি.ডি. মিশ্ৰ (অৱসৰপ্ৰাপ্ত)ই প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাত কৰে।
*****
DS/ST/KB
(रिलीज़ आईडी: 1906665)
आगंतुक पटल : 189
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam