প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সংযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে নিবিচ্ছিন্নভাবে প্ৰয়াস অব্যাহত ৰাখিছে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 10 MAR 2023 9:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জনসাধাৰণৰ সুবিধা হোৱাকৈ সংযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে।

‘উড়ান আঁচনি’য়ে কেনেদৰে সাধাৰণ নাগৰিকৰ বাবে বিমান ভ্ৰমণ উপলব্ধ আৰু প্ৰৱেশযোগ্য কৰি তুলিছে সেই সন্দৰ্ভত শ্ৰী মোদীয়ে সাংসদ শ্ৰী ৰাজেশ চুদাছামাৰ এক ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই এই মন্তব্য কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

“জনসাধাৰণৰ বাবে সা-সুবিধাসমূহ উপলব্ধ হোৱাকৈ সংযোগ ব্যৱস্থা উন্নত কৰাটো হৈছে আমাৰ নিৰন্তৰ প্ৰয়াস”।

 

***

DS/KB


(रिलीज़ आईडी: 1906019) आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , Kannada , English , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam