প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হোলীৰ শুভেচ্ছা জনোৱাৰ বাবে বেঞ্জামিন নেতন্যাহুক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 08 MAR 2023 10:24PM by PIB Guwahati

ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতন্যাহুৰ হোলী শুভেচ্ছাৰ উত্তৰ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰে:

"হোলীৰ বিশেষ শুভেচ্ছাৰ বাবে মোৰ বন্ধু, প্ৰধানমন্ত্ৰী @netanyahu ক ধন্যবাদ জনাইছো। সমগ্ৰ ভাৰতৰ ৰাইজে অতি জীৱন্ততাৰে এই উৎসৱটি উদযাপন কৰে।

মই আপোনাৰ লগতে ইজৰাইলৰ জনসাধাৰণক ‘পুৰিম’ৰ শুভেচ্ছা জনাইছো। চাগ ছামীচ!"

 

***

DS/KB



(Release ID: 1905441) Visitor Counter : 59